Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভৱানী সিং জীৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


ভৱানী সিং জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশ বিজেপিৰ সহ-সংগঠন মহামন্ত্ৰী ভৱানী সিং জীৰ বিয়োগত গভীৰ শোক প্ৰকাশ আৰু তেওঁৰ নম্ৰ আৰু কঠোৰ পৰিশ্ৰমী সত্তাক স্মৰণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ভৱানী সিঙৰ সংগঠনটোৰ প্ৰতি বৰঙণি আৰু ৰাজহুৱা সেৱাৰ প্ৰতি প্ৰচেষ্টাক সোঁৱৰণ কৰে। শ্ৰী মোদীয়ে বিদেহী আত্মাৰ সদগতি কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায়।

*******

DS/SB