Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভৰূচৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ফলত হোৱা প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


ভৰূচৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ফলত হোৱা প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“ভৰূচৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ফলত হোৱা প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছো। ভুক্তভোগী পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰিছো।”

*****

DS/SB