Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাইলৈ ভাৰত ম’বাইল সন্মিলন ২০২০ সন্মোধন কৰিব প্ৰধানমন্ত্ৰীয়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডিচেম্বৰ ২০২০ৰ ৰাতিপুৱা ১০.৪৫ বজাত ভাৰ্চুৱেল ইণ্ডিয়া বাইল কংগ্রেছ (আইএমচি)২০২০ৰ উদ্বোধনী ভাষণ প্ৰদান কৰিব ভাৰত চৰকাৰৰ টেলিযোগাযোগ বিভাগ আৰু চেলুলাৰ অপাৰেটৰ এছচিয়েচন অৱ ইণ্ডিয়া (COAI) দ্বাৰা আইএমচি ২০২০ৰ আয়োজন কৰা হৈছে এই সন্মিলন ৮ৰ পৰা ১০ ডিচেম্বৰ ২০২০লৈ অনুষ্ঠিত

 

আইএমচি ২০২০ বিষয়ে

 

আইএমচি ২০২০ৰ  বিষয় হৈছে ইনক্লুছিভ ইনভেশ্যনস্মাৰ্ট, সুৰক্ষিত, বহনক্ষম ইয়াৰ উদ্দেশ্য হৈছে প্ৰধানমন্ত্ৰীৰআত্মনিৰ্ভৰ ভাৰত‘, ‘ডিজিটেল অন্তৰ্ভুক্তিআৰুবহনক্ষম উন্নয়ন, উদ্যমিতা আৰু উদ্ভাৱনৰ দৃষ্টিভংগী প্ৰসাৰত সহায় কৰা বিদেশী আৰু স্থানীয় বিনিয়োগক উত্সাহিত কৰা, টেলিকম আৰু সম্ভাৱনাপূৰ্ণ প্ৰযুক্তি খণ্ডত গৱেষণা আৰু উন্নয়নক উদগনি দিয়াও ইয়াৰ লক্ষ্য

 

আইএমচি ২০২০ত বিভিন্ন মন্ত্ৰালয়, টেলিকম চিইঅ’, বৈশ্বিক চিইঅআৰু ৫জি, কৃত্ৰিম বুদ্ধিমত্তা (এআই), ইণ্টাৰনেট অৱ থিংছ (আইঅ’টি), ডাটা এনালাইটিক্স, ক্লাউড এণ্ড এজ কম্পিউটিং, ব্লকচেইন, চাইবাৰসুৰক্ষা, স্মাৰ্ট চিটি আৰু অটমেশ্যনত ডমেইন বিশেষজ্ঞৰ অংশগ্ৰহণ দেখা যাব

 

 

 ********

DS/AK/KG