Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুৰু নানকৰ প্ৰকাশ পৰ্ব উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু নানক দেৱ জীৰ প্ৰকাশ পৰ্ব উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “গুৰু নানক দেৱ জীৰ প্ৰকাশ পৰ্ব উপলক্ষে তেওঁলৈ মই প্ৰণিপাত জনাইছো৷ তেওঁৰ চিন্তাধাৰাই আমাক সমাজৰ সেৱাৰ লগতে এখন উন্নত গ্ৰহ সুনিশ্চিত কৰাৰ বাবে যাতে অনুপ্ৰাণিত কৰি থাকে তাকে কামনা কৰিলো৷”

***

DS/SH/DB