প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুনেস্থিত ভাৰতীয় ছিৰাম প্ৰতিষ্ঠান পৰিদৰ্শন কৰে আৰু প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াসকলৰ সৈতে মতবিনিময় কৰে। প্ৰতিষেধক প্ৰস্তুতৰ ক্ষেত্ৰত কিদৰে তেওঁলোকে পৰিকল্পনা গ্ৰহণ কৰিছে, তাৰ অগ্ৰগতি সন্দৰ্ভত বিজ্ঞানীৰ দলটোৱে প্ৰধানমন্ত্ৰীক অৱগত কৰায়।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ” ভাৰতীয় ছিৰাম প্ৰতিষ্ঠানৰ দলৰ সৈতে এক সুস্থ মতবিনিময়ত ভাগ ল’লো। প্ৰতিষেধক প্ৰস্তুতৰ ক্ষেত্ৰত কিদৰে তেওঁলোকে পৰিকল্পনা গ্ৰহণ কৰিছে, তাৰ অগ্ৰগতি সন্দৰ্ভত বিজ্ঞানীৰ দলটোৱে সবিস্তাৰে জানিবলৈ দিছে। প্ৰতিষ্ঠানটোৰ নিৰ্মাণ স্থানসমূহো পৰিদৰ্শন কৰো।”
***
DS/SH/MS
Had a good interaction with the team at Serum Institute of India. They shared details about their progress so far on how they plan to further ramp up vaccine manufacturing. Also took a look at their manufacturing facility. pic.twitter.com/PvL22uq0nl
— Narendra Modi (@narendramodi) November 28, 2020