Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

হায়দৰাবাদস্থিত ভাৰত বায়োটেক চৌহদ ভ্ৰমণ প্ৰধানমন্ত্ৰী

হায়দৰাবাদস্থিত ভাৰত বায়োটেক চৌহদ ভ্ৰমণ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হায়দৰাবাদস্থিত ভাৰত বায়োটেকৰ সমগ্ৰ চৌহদ পৰিদৰ্শন কৰে। ক’ভিডৰ বাবে টীকা উদ্ভাৱন আৰু উপাদন প্ৰক্ৰিয়া ব্যক্তিগতভাৱে পৰ্যালোচনা কৰিবৰ বাবে তিনি চহৰ ভ্ৰমণ কৰাৰ অংশ আছিল এই ভ্ৰমণ।

শ্ৰী মোদীয়ে টুইট কৰি জনায়, “ হায়দৰাবাদৰ ভাৰত বায়োটেকৰ ব্যৱস্থাপনাত দেশীয় পদ্ধতিৰে ক’ভিড-১৯ ৰ টীকাৰ বিষয়ে জনালে। এই পৰ্যন্ত যি যি পৰীক্ষা নিৰীক্ষা চলিছে, তাৰ বাবে বিজ্ঞানীসকলক অভিনন্দন জনাইছো। তেওঁলোকৰ দলটোৱে দ্ৰুত উদ্ভাৱনৰ বাবে আইচিএমআৰৰ সৈতে একত্ৰিত হৈ কাম কৰিছে।“

প্ৰধানমন্ত্ৰীয়ে আজি পুৱাতেই আহমেদাবাদৰ জাইডাছ বায়োটেক পাৰ্ক পৰিদৰ্শন কৰে।

***

DS/SH/RD