Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বাহৰেইনৰ প্ৰধানমন্ত্ৰী মহামহিম খালিফা বিন ছলমান অল খালিফাৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাহৰেইনৰ প্ৰধানমন্ত্ৰী মহামহিম যুৱৰাজ খালিফা বিন ছলমান অল খালিফাৰ বিয়োগত শোক প্ৰকাশ কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে কয়, ‘বাহৰেইনৰ প্ৰধানমন্ত্ৰী মহামহিম যুৱৰাজ খালিফা বিন ছলমান অল খালিফাৰ শোকাৱহ বিয়োগত মই আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। শোকৰ এই মুহূৰ্তত আমাৰ চিন্তা আৰু প্ৰাৰ্থনা বাহৰেইনৰ মহামহিম ৰজা, ৰাজ পৰিয়াল আৰু বাহৰেইনৰ জনগণৰ সৈতে আছে

 

 

******

DS/SH/KG