Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা জন পম্বে মাগুফুলিক অভিনন্দন প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা জন পম্বে মাগুফুলিক অভিনন্দন জনাইছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰা জন পম্বে মাগুফুলিক মই অভিনন্দন জনাইছো৷ দুয়োখন দেশৰ সৈতে দীর্ঘদিনীয়া বন্ধুত্বপূর্ণ সম্পর্কক আৰু অধিক সুদৃঢ় কৰি আপোনাৰ সৈতে একেলগে কাম কৰাৰ বাবে মই আগ্ৰহেৰে বাট চাই ৰ’লো৷”

****

VRRK/SH/DB