Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বাবা বন্দা সিং বাহাদুৰৰ ৩৫০ সংখ্যক জয়ন্তীত প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বীৰ বাবা বন্দা সিং বাহাদুৰৰ ৩৫০ সংখ্যক  জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয়, বীৰ বাবা বন্দা সিং বাহাদুৰজীলৈ তেখেতৰ ৩৫০ সংখ্যক জয়ন্তীত জয়ন্তীত বিনম্ৰ শ্ৰদ্ধাঞ্জলি। তেওঁ লক্ষ্য লক্ষ্য লোকৰ হৃদয়ত জীয়াই আছে। তেওঁৰ ন্যায়বোধৰ বাবে তেওঁক স্মৰণ কৰা হয়। তেওঁ দৰিদ্ৰ লোকসকলৰ সবলীকৰণৰ বাবে বহু চেষ্টা কৰিছিল।

 

 

 

*******************************************************

VRRK/SH/KG