Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ জৰিয়তে ‘শিশু ঋণ’ৰ পুনৰ পৰিশোধত ১২ মাহৰ সময়ৰ বাবে ২% সুদ সাহায্যত অনুমোদন কেবিনেটৰ


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত প্রধানমন্ত্রী মুদ্রা যোজনা (পিএমএমৱাই) অধীনত যিসকলে ১২ মাহৰ ম্যাদক শিশু ঋণ লৈছিল, তেওঁলোক ঋণৰ শতাংশ সুদৰ ধন ঘূৰাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে৷

এই প্রকল্পত ৩১ মার্চৰ হিচাপত যিসকলৰ বকেয়া ঋণ পৰিশোধ হোৱা নাই তথা ৰিজার্ভ বেংকৰ নির্দেশনা অনুসৰি ৩১ মার্চৰ ভিতৰত যিসকলে অনুপাদিত সম্পদj তালিকাভুক্ত হোৱা নাই, তেওঁলোকে এই সুবিধা লাভ কৰিব৷

ইয়াৰ ফলত যিসকলে সঠিক সময়ত নিয়মীয়া ঋণ পৰিশোধ কৰিছে, তেওঁলোক সাহিত ব৷ চৰকাৰে এই আঁচনিৰ বাবে ,৫৪২ কোটি টকা আৱণ্টন কৰিছে৷

*****************

VRRK/SH/DB