প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “মৃত্যু বাৰ্ষিকী উপলক্ষে আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু জীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷”
***
VRRK/SH/DB
Tributes to our first PM, Pandit Jawaharlal Nehru Ji on his death anniversary.
— Narendra Modi (@narendramodi) May 27, 2020