Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

হাণ্ডৱাৰাত শ্বহীদ হোৱা সেনা আৰু সুৰক্ষা কৰ্মীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ হাণ্ডৱাৰাত শ্বহীদ হোৱা সেনা আৰু সুৰক্ষা কৰ্মীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘হাণ্ডৱাৰাত শ্বহীদ হোৱা আমাৰ সাহসী সেনা আৰু সুৰক্ষা কৰ্মীক শ্ৰদ্ধাঞ্জলি জনাইছো৷ তেওঁলোকৰ ত্যাগ আৰু সাহসক সদায়েই স্মৰণ কৰা হ’ব৷ তেওঁলোকে দেশৰ প্ৰতি সৰ্বোচ্চ জলাঞ্জলি দি নাগৰিকসকলৰ সুৰক্ষাত নিৰৱচ্ছিন্নভাৱে ব্ৰতী হৈছিল৷ তেওঁলোকৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জনালো৷’’

VRRK/KP/MANN