প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্য দুখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে৷
“মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ সুন্দৰ নাগৰিকসকলক মই শুভকামনা জনাইছো৷ ৰাজ্যখনৰ চহকী সংস্কৃতিক লৈ আমি গৌৰৱ অনুভৱ কৰো৷ মিজোৰামৰ বাসিন্দাসকলে কেইবাটাও ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে আৰু ভাৰতৰ বিকাশলৈ বৰঙণি আগবঢ়াইছে৷ আগন্তুক বছৰসমূহত মিজোৰামৰ উন্নয়নৰ বাবে মই প্ৰাৰ্থনা জনাইছো৷
অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছো৷ ৰাজ্যখনে দেশপ্ৰেম আৰু অটুট দায়বদ্ধতাৰে ৰাষ্ট্ৰৰ প্ৰগতিত বৰঙণি যোগাইছে৷ অৰুণাচল প্ৰদেশৰ উন্নয়নৰ ধাৰা অনাগত দিনটো অব্যাহত থাকিব বুলি আশা কৰিছো৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷
******
VRRK/SH/MS
On the occasion of their Statehood Day, greetings to the wonderful people of Mizoram. We are proud of the rich culture of this state. Those belonging to Mizoram have excelled in many spheres and contributed to India’s growth. Praying for Mizoram’s development in the coming years.
— Narendra Modi (@narendramodi) February 20, 2020
Best wishes to the people of Arunachal Pradesh on their Statehood Day. This state is synonymous with patriotism and unwavering commitment to national progress. Praying for Arunachal Pradesh’s continuous growth.
— Narendra Modi (@narendramodi) February 20, 2020