Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহাৰাষ্ট্ৰত পথ দূৰ্ঘটনাৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ নাছিক জিলাত সংঘটিত পথ দূৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে৷

“মহাৰাষ্ট্ৰৰ নাছিক জিলাত সংঘটিত দূৰ্ঘটনা অত্যন্ত দূৰ্ভাগ্যজনক৷ এই শোকৰ সময়ত মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো৷ আঘাতপ্ৰাপ্তসকলে শীঘ্ৰে সুস্থ হৈ উঠাৰ আশা কৰিছো৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

*****

VRRK/ VJ/MS