Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী অটল বিহাৰী বাজপেয়ীৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী অটল বিহাৰী বাজপেয়ীৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘দেশবাসীৰ হৃদয়ত অমৰ হৈ থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীদেৱৰ জন্ম জয়ন্তীত কোটি কোটি প্ৰণাম যাচিছোঁ৷’’

******

VRRK/AK/MANN