প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰথ যাত্ৰা উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰথ যাত্ৰাৰ বিশেষ ক্ষণত সকলোকে শুভেচ্ছা জনাইছো৷ আমি প্ৰত্যেকৰে সু–স্বাস্থ্য, সুখ আৰু সমৃদ্ধি কামনাৰে প্ৰভূ জগন্নাথৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে আশীৰ্বাদ বিচাৰিছো৷ জয় জগন্নাথ৷”
***
AKT/SH/DB
Best wishes to everyone on the special occasion of the Rath Yatra.
— Narendra Modi (@narendramodi) July 4, 2019
We pray to Lord Jagannath and seek his blessings for the good health, happiness and prosperity of everyone.
Jai Jagannath. pic.twitter.com/l9v36YlUQ5