Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু বেলাৰুছৰ মাজত অসামৰিক আৰু বাণিজ্যিক বিষয়ত পাৰস্পৰিক আইনী সাহায্যৰ বাবে বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু বেলাৰুছৰ মাজত অসামৰিক আৰু বাণিজ্যিক বিষয়ত পাৰস্পৰিক আইনী সহযোগিতাৰ বাবে সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিত অনুমোদন প্ৰদান কৰিছে৷

এই চুক্তি সম্পন্ন হোৱাৰ পিছত দুয়োখন দেশৰ অসামৰিক আৰু বাণিজ্যিক বিষয়ত পাৰস্পৰিক আইনী সাহায্য বৃদ্ধি পাব৷ এই চুক্তিৰ দ্বাৰা দুয়োখন দেশৰ নাগৰিকে লিংগ, জাতি অথবা উপাৰ্জনৰ পক্ষপাতিত্ব নোহোৱাকৈ আইনী সুবিধা লাভ কৰিব পাৰিব৷

*****

AKT/SH/MANN