Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰত আৰু মালয়েছিয়াৰ মাজত কোম্পানী ছেক্ৰেটাৰীশ্বিপ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বাবে স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন


 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু মালয়েছিয়াৰ মাজত কোম্পানী  ছেক্ৰেটাৰীশ্বিপ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বাবে স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন জনাইছে৷

পইণ্টভিত্তিক তথ্যঃ ভাৰতীয় কোম্পানী সচিব প্ৰতিষ্ঠান আৰু মালয়েছিয়া কোম্পানী সচিব সংস্থাৰ মাজত বুজাবুজিৰ চুক্তিৰ উদ্দেশ্য হল দুয়োখন দেশৰ কোম্পানী সচিবৰ অনুশীলন আৰু সন্মানৰ স্তৰ বৃদ্ধি তথা এছিয়াপ্ৰশান্ত মহাসাগৰীয় অঞ্চলত কোম্পানী সচিবক বিচৰণৰ সুবিধা প্ৰদান কৰা৷

 

AKT/SNC/SH/MS