প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০০১ৰ সংসদ ভৱন আক্ৰমণৰ বীৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
“২০০১ৰ আজিৰ দিনটোত আমাৰ দেশৰ সংসদ ভৱনত সংঘটিত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷ তেওঁলোকৰ সাহস আৰু বীৰত্বই প্ৰতিগৰাকী ভাৰতীয়ক অনুপ্ৰাণিত কৰে৷”— প্ৰধানমন্ত্ৰীয়ে কয়৷
***
AKT/SH/MS
We salute the valour of those who were martyred during the dastardly attack on our Parliament on this day in 2001. Their courage and heroism inspires every Indian.
— Narendra Modi (@narendramodi) December 13, 2018
Paid homage to the martyrs of the 2001 Parliament attack.
— Narendra Modi (@narendramodi) December 13, 2018
India will never forget their bravery. These great people lived and lost their lives for the nation. pic.twitter.com/yGTSkn4IaB