Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অমৃতসৰত সংঘটিত ৰে’ল দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি শোকপ্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অমৃতসৰত ৰে’ল দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ প্ৰতি শোকপ্ৰকাশ কৰিছে।

টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “অমৃতচৰত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ বাবে অতিশয় দুঃখিত হৈছো। এই শোকাবহ ঘটনা অতি হৃদয় বিদাৰক। যিবোৰ পৰিয়ালে তেওঁলোকৰ আত্মীয়সকলক হেৰুৱালে তেওঁলোকৰ প্ৰতি মই গভীৰ সমবেদনা জনাইছো আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। ইতিমধ্যে বিষয়াবৰ্গক তাৎক্ষণিকভাৱে প্ৰয়োজনীয় সকলো সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে।”

****

AKT/ VJ/DB