Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ ২০১৭ বৰ্ষৰ আইপিএছ শিক্ষানবিসসকলক সাক্ষাৎ


ভাৰতীয় আৰক্ষী বাহিনীৰ ২০১৭ বৰ্ষৰ প্ৰায় ১০০ গৰাকী শিক্ষানবিসক আজি প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰে৷

শিক্ষানবিসসকলৰ সৈতে বাৰ্তালাপ কৰি প্ৰধানমন্ত্ৰীয়ে উৎসৰ্গতি মনোভাৱেৰে নিয়োজিত বিভিন্ন দায়িত্ব আৰু ভূমিকাসমূহ পালন কৰাৰ গুৰুত্ব সন্দৰ্ভত মন্তব্য প্ৰদান কৰে৷

প্ৰধানমন্ত্ৰীয়ে কৰ্তব্যত নিয়োজিত সময়ত প্ৰাণ উৎসৰ্গা কৰা ৩৩,০০০ আৰক্ষীক সোঁৱৰণ কৰে৷

তাৰোপৰি সু-শাসন, নিয়মানুৱৰ্তিতা আৰু আচৰণ, মহিলা সৱলীকৰণ আৰু ফৰেনচিক বিজ্ঞানৰ বিষয়েও আলোচনা কৰা হয়৷

***

SP/KP/SK/MANN