Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শিক্ষক দিৱসত শিক্ষক সমূদায়ক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ; জন্ম বাৰ্ষিকীত প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতি শ্ৰদ্ধাঞ্জলি


শিক্ষক দিৱস উপলক্ষে শিক্ষক সমূদায়ক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম বাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শিক্ষক দিৱসৰ এই বিশেষ মুহূৰ্তত শিক্ষক সমূদায়ক শুভেচ্ছা জনাইছো। তৰুণ প্ৰজন্মক এক আকৃতি প্ৰদান কৰা আৰু ৰাষ্ট্ৰ নিৰ্মাণত শিক্ষকসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

আমি আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা এগৰাকী বিশিষ্ট শিক্ষক ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জয়ন্তীত তেওঁলৈ প্ৰণিপাত জনাইছো।”

*****

AKT/KP/DB