ভি.এছ নাইপলৰ বিয়োগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷
“ইতিহাস, সংস্কৃতি, উপনিবেশবাদ, ৰাজনীতি আদিৰ দৰে বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে শ্ৰদ্ধাৰ ভি.এছ নাইপল সদায় স্মৰণীয় হৈ ৰ’ব৷ তেওঁৰ বিয়োগ বিশ্বৰ সাহিত্য জগতলৈ এক অপূৰণীয় ক্ষতি৷ এই দুখৰ সময়ত তেওঁৰ পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষীলৈ সমবেদনা জ্ঞাপন কৰিছো৷” —প্ৰধানমন্ত্ৰীয়ে কয়৷
*****
AKT/KP/MS
Sir VS Naipaul will be remembered for his extensive works, which covered diverse subjects ranging from history, culture, colonialism, politics and more. His passing away is a major loss to the world of literature. Condolences to his family and well wishers in this sad hour.
— Narendra Modi (@narendramodi) August 12, 2018