কমনৱেলথ গেমছত ভাগ লোৱা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে৷
‘কমনৱেলথ গেমছত ভাগ লোৱা ভাৰতীয় দলটোৱে প্ৰতিগৰাকী দেশপ্ৰেমীক গৌৰবান্বিত কৰিছে৷ দেশৰ সকলো এথলীটে সৰ্বস্ব উজাৰি প্ৰদৰ্শন কৰিছে আৰু উন্নত ফলাফল দেখুৱাইছে৷ দেশলৈ পদক কঢ়িয়াই অনা সকলো এথলীটলৈ মই অভিনন্দন জনাইছো৷’
কমনবেৱলথ গেমছত দেশক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী এথলীটে আমাক অনুপ্ৰাণিত কৰে৷ তেওঁলোকৰ জীৱন কাহিনীয়ে অদম্য মানসিক শক্তি আৰু নিষ্ঠা প্ৰদৰ্শন কৰে৷
মই আশা কৰো কমনৱেলথ গেমছত ভাৰতৰ সাফল্যই দেশৰ যুৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰিব৷
আমাৰ প্ৰচেষ্টা স্বৰূপে ভাৰত চৰকাৰে ফিট ইণ্ডিয়া আন্দোলনক শক্তিশালী কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আছো৷’—প্ৰধানমন্ত্ৰীয়ে ধাৰাবাহিক টুইটত এইদৰে কয়৷
*****
AKT/KP/MS
India's contingent at the 2018 Commonwealth Games has made every Indian extremely proud. All our sportspersons gave their best and played very well. I congratulate all those athletes who are bringing back medals. #GC2018
— Narendra Modi (@narendramodi) April 15, 2018
Every athlete who represented India at #GC2018 inspires us. Their life stories illustrate the power of dedication and a never-say-die attitude that made them overcome countless hurdles to attain the heights of success they did at the CWG.
— Narendra Modi (@narendramodi) April 15, 2018
I hope India’s success at #GC2018 motivates more youngsters to pursue sports and creates larger awareness on the importance of fitness in everyone’s lives.
— Narendra Modi (@narendramodi) April 15, 2018
On our part, we in the Government are doing everything possible to strengthen the #FitIndia movement.