Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিজয় দিৱস উপলক্ষে ১৯৭১ৰ যুদ্ধত যুঁজ দিয়া সেনা জোৱানলৈ প্ৰণাম প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয় দিৱস উপলক্ষে ১৯৭১ চনৰ যুদ্ধত যুঁজ দিয়া ভাৰতীয় সেনাসকলক প্ৰণাম জনাইছে৷

“বিজয় দিৱসত আমি সেই সেনা জোৱানসকলৰ অদম্য সাহস আৰু বীৰত্বক প্ৰণাম জনাইছো, যিয়ে ১৯৭১ৰ যুদ্ধত দেশৰ সুৰক্ষাৰ বাবে যুঁজ দিছিল৷ তেওঁলোকৰ সাহস, ত্যাগ আৰু বীৰত্বক লৈ প্ৰতিগৰাকী ভাৰতীয় গৌৰৱান্বিত৷” —প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/AK/MS