Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্মদিন উপলক্ষে চৰ্দাৰ পেটেলক প্ৰণাম প্ৰধানমন্ত্ৰীৰ

জন্মদিন উপলক্ষে চৰ্দাৰ পেটেলক প্ৰণাম প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ পেটেলৰ জয়ন্তী উপলক্ষে তেওঁলৈ প্ৰণাম জনায়।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “চৰ্দাৰ পেটেলৰ জয়ন্তী উপলক্ষে তেওঁলৈ প্ৰণাম জনাইছো। তেওঁৰ উল্লেখযোগ্য সেৱা আৰু স্মৰণীয় অৱদানক ভাৰতে কেতিয়াও নাপাহৰে।” 

***

AKT/AK/DB