প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্গা অষ্টমী উদযাপন উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপনক কৰিছে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সকলোকে দুৰ্গা অষ্টমীৰ শুভেচ্ছা জনাইছোঁ। মা-দুৰ্গাৰ আশীৰ্বাদে আমাৰ সমাজলৈ সুখ, শান্তি কঢ়িয়াই আনিব আৰু সকলোধৰণৰ অসূয়া-অপ্ৰীতি দূৰ কৰিব।”
***
AKT/SH/DB
Durga Ashtami greetings to everyone. May the blessings of Maa Durga bring joy, peace in our society & remove all forms of injustice.
— Narendra Modi (@narendramodi) September 28, 2017