ক্ৰ.নং |
বুজাবুজি চুক্তিৰ নাম |
ম্যানমাৰ পক্ষ |
ভাৰতীয় পক্ষ |
|
১. |
ভাৰত চৰকাৰ আৰু ম্যানমাৰ চৰকাৰৰ মাজত সামূদ্ৰিক নিৰাপত্তা সহযোগিতা সম্পৰ্কীয় বুজাবুজি চুক্তি |
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ স্থায়ী সচিব ব্ৰিগেডিয়াৰ ছান ৱিন |
ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি |
|
২. |
২০১৭-২০২০ৰ ভিতৰত ভাৰত চৰকাৰ আৰু ম্যানমাৰ চৰকাৰৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচী |
ধৰ্মীয় পৰিক্ৰমা আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ স্থায়ী সচিব ইউ টুন অন |
ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি |
|
৩. |
ম্যানমাৰৰ য়ামেথিন থকা মহিলা আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ উন্নয়নৰ তথা বিকাশৰ সহযোগিতাৰ অৰ্থে ভাৰত চৰকাৰ আৰু ম্যানমাৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ |
ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি |
||
৪. |
ভাৰতীয় নৌ সেনা আৰু ম্যানমাৰ নৌ সেনাৰ মাজত হোৱাইট শ্বিপিং সম্পর্কীয় তথ্য বিনিময়ৰ সন্দৰ্ভত বুজাবুজি চুক্তি স্বাক্ষৰ |
মুখ্য ৰিয়েৰ এডমাইৰেল মো আং (ম্যানমাৰ নৌ সেনা) |
ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি |
|
৫. |
উপকূলীয় এলেকাৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰ আৰু ম্যানমাৰৰ মাজত কাৰিকৰী চুক্তি স্বাক্ষৰ |
মুখ্য ৰিয়েৰ এডমাইৰেল মো আং (ম্যানমাৰ নৌ সেনা) |
ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি |
|
৬. |
চিকিৎসা সম্পৰ্কীয় সামগ্ৰী উৎপাদনত নিয়ন্ত্ৰণৰ সহযোগিতাৰ বাবে ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াস কল্যান মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰক সংস্থা (CDSCO) আৰু ম্যানমাৰৰ স্বাস্থ্য আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ খাদ্য আৰু ঔষধ বিভাগৰ মাজত বুজাবুজি স্বাক্ষৰ। |
ম্যানমাৰৰ স্বাস্থ্য আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান ড০ থান টুট |
ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি |
|
৭. |
স্বাস্থ্য আৰু ঔষধৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াস কল্যান মন্ত্ৰালয় আৰু ম্যানমাৰৰ স্বাস্থ্য আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ |
ম্যানমাৰৰ স্বাস্থ্য আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান ড০ থান টুট |
ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি |
|
৮. |
এমআইআইটি প্ৰতিষ্ঠা সন্দৰ্ভত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ ম্যাদ সম্প্ৰসাৰণৰ পত্ৰ বিনিময় |
উচ্চ শিক্ষা বিভাগৰ সঞ্চালক ড০ থেইন ৱিন |
ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি |
|
৯. |
তথ্য প্রযুক্তিৰ ক্ষেত্রত দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত-ম্যানমাৰ কেন্দ্র স্থাপনৰ বাবে স্বাক্ষৰিত বুজাবুজি চুক্তি প্রসাৰ সম্পর্কীয় চুক্তি |
গৱেষণা আৰু উদ্ভাৱন বিভাগৰ সঞ্চালক প্ৰধান ইউ ৱিন খাৱিং মো |
ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি |
|
১০. |
ভাৰতৰ নিৰ্বাচন আয়োগ আৰু ম্যানমাৰ কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ মাজত নিৰ্বাচনৰ ক্ষেত্ৰত বুজাবুজি চুক্তি |
ম্যানমাৰ কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ সচিব ইউ টিন টুন |
ম্যানমাৰত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰি |
|
১১. |
ভাৰতীয় প্ৰেছ কাউন্সিল আৰু ম্যানমাৰ প্ৰেছ কাউন্সিলৰ মাজত সহযোগিতামুলক বুজাবুজি চুক্তি |
উপাধ্যক্ষ ইউ আং লা টুন(আই) |
প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ অধ্যক্ষ ন্যায়াধীশ চন্দ্ৰামৌলি কুমাৰ প্ৰসাদ |
|
***
2014 में ASEAN Summit के अवसर पर मेरा यहां आना हुआ था, परन्तु स्वर्णिम भूमि म्यांमार की यह मेरी पहली द्विपक्षीय यात्रा है: PM @narendramodi
— PMO India (@PMOIndia) September 6, 2017
Myanmar peace process का आपके द्वारा साहसिक नेतृत्व प्रशंसनीय है। जिन चुनौतियों का आप मुकाबला कर रही हैं, हम उन्हें पूरी तरह समझते हैं: PM
— PMO India (@PMOIndia) September 6, 2017
पड़ोसी होने के नाते, सुरक्षा के क्षेत्र में हमारे हित एक जैसे ही हैं: PM @narendramodi
— PMO India (@PMOIndia) September 6, 2017
यह ज़रूरी है कि हम अपनी लंबी ज़मीनी और समुद्री सीमा पर सुरक्षा और स्थिरता बनाए रखने के लिए मिलकर काम करें: PM @narendramodi
— PMO India (@PMOIndia) September 6, 2017
सड़कों और पुलों का निर्माण, उर्जा के links, और connectivity बढ़ाने के हमारे प्रयास, एक अच्छे भविष्य की ओर संकेत करते हैं: PM @narendramodi
— PMO India (@PMOIndia) September 6, 2017
Upper Myanmar की जरूरतों को पूरा करने के लिए भारत से high speed diesel ट्रकों द्वारा आना शुरू हो चुका है: PM @narendramodi
— PMO India (@PMOIndia) September 6, 2017
हमारी development partnership के तहत म्यांमार में उच्च कोटि की स्वास्थ्य, शिक्षा तथा अनुसंधान की सुविधाओं का विकास प्रसन्नता का विषय है: PM
— PMO India (@PMOIndia) September 6, 2017
मुझे यह घोषणा करते हुए खुशी हो रही है कि हमने भारत आने के इच्छुक म्यांमार के सभी नागरिकों को gratis visa देने का निर्णय लिया है: PM
— PMO India (@PMOIndia) September 6, 2017