প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ম্যানমাৰৰ য়াংগনত ভাৰতীয় সমূদায়ক উদ্দেশ্যি ভাষণ আগবঢ়ায়।
সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে ম্যানমাৰত বসবাস কৰা লোকসকলে দুয়ো দেশৰ মহান সতি-সন্ততিসকলৰ মাজত হাজাৰ হাজাৰ বছৰ পুৰণি সংস্কৃতি আৰু সভ্যতা, ভৌগোলিক আৰু ঐতিহাসিক, আশা-আকাংক্ষা আৰু কৃতিত্বক প্ৰতিনিধিত্ব কৰিছে। প্ৰধানমন্ত্ৰীয়ে ম্যানমাৰৰ চহকী আধ্যাত্মিক পৰম্পৰাৰ সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় বংশোদ্ভৱসকল ভাৰতৰ বাবে ৰাষ্ট্ৰদূতসদৃশ। তেওঁ কয় যে যোগৰ বৈশ্বিক স্বীকৃতিও এই প্ৰবাসী লোকসকলৰে কৃতিত্ব, যিসকলে বিশ্বৰ চুকে-কোনে ইয়াক প্ৰসাৰিত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয়, “যেতিয়া মই আপোনালোকক লগ পাওঁ, মোৰ এনে অনুভৱ হয় যে বিদেশত থকা আমাৰ লোকসকলৰ সৈতে ভাৰত চৰকাৰৰ কৰ্তৃপক্ষই যোগাযোগ কৰাটো কেতিয়াও একপক্ষীয় নহয়।”
দৰিদ্ৰ, সন্ত্ৰাস, দুৰ্নীতি, সাম্প্ৰদায়িকতা আৰু জাতিভেদমুক্ত এখন ভাৰত গঢ় দিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয়, “আমি আমাৰ দেশৰ সংস্কাৰ কৰিব খোজা নাই, ইয়াৰ পৰিৱৰ্তনহে আনিছোঁ”।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত চৰকাৰে আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব দিছে। ভাল আন্তঃগাঁথনি মানে পথ আৰু ৰে’লকে নুবুজায়-ইয়াত সমাজৰ গুণগত পৰিৱৰ্তন আনিব পৰা আন কেতবোৰ কাৰকো আছে। তেওঁ কয় যে ভাৰত চৰকাৰে যিকোনো কঠোৰ সিদ্ধান্ত ল’বলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে জিএছটিয়ে সমগ্ৰ দেশতে নতুন সংস্কৃতিৰ উত্থান ঘটাইছে। তেওঁ কয় যে ভাৰতীয় সকলৰ বিশ্বাস যে ভাৰতক পৰিৱৰ্তন কৰিব পাৰি আৰু আমি আমাৰ ব্যৱস্থাত প্ৰৱেশ কৰা বেয়া দিশবোৰ নিৰ্মূল কৰিব পাৰিম।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত-ম্যানমাৰৰ লোকসকলৰ সম্পৰ্কই দুয়ো দেশৰ সম্পৰ্কক শক্তিশালী কৰি তুলিব।
অনুষ্ঠানত য়াংগন প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী ফিঅ’ মিন থেইনো উপস্থিত থাকে।
*****
AKT/SH/DB
I am very happy to be with you all today, in this city of history and spirituality: PM @narendramodi at the community programme in Yangon
— PMO India (@PMOIndia) September 6, 2017
When I am travelling, I make it a point to interact with the Indian diaspora: PM @narendramodi https://t.co/omQh4rnB4a
— PMO India (@PMOIndia) September 6, 2017
The Indian diaspora has contributed to the development of wherever they have settled. They also kept in touch with their roots: PM
— PMO India (@PMOIndia) September 6, 2017
Global recognition of Yoga is the achievement of the diaspora, which took Yoga all over the world: PM @narendramodi https://t.co/omQh4rnB4a
— PMO India (@PMOIndia) September 6, 2017
Before coming here, I had requested you to give me your inputs through the Narendra Modi Mobile App & I got many insightful suggestions: PM
— PMO India (@PMOIndia) September 6, 2017
Based on the feedback of the diaspora we have undertaken numerous measures for the diaspora: PM @narendramodi
— PMO India (@PMOIndia) September 6, 2017
EAM @SushmaSwaraj is very active. She is sensitive to the concerns of every Indian in any part of the world and is always ready to help: PM
— PMO India (@PMOIndia) September 6, 2017
We are not merely reforming India but are transforming India. A new India is being built: PM @narendramodi
— PMO India (@PMOIndia) September 6, 2017
An India free from poverty, terrorism, corruption, communalism, casteism is being created: PM @narendramodi
— PMO India (@PMOIndia) September 6, 2017
Good infrastructure is not longer about roads & rail only...it includes several other aspects that bring a qualitative change in society: PM
— PMO India (@PMOIndia) September 6, 2017
Infraculture is important. By infraculture I mean quality infrastructure that benefits our farmers: PM @narendramodi
— PMO India (@PMOIndia) September 6, 2017
We have not shied away from taking decisions that are tough. For us, the nation is bigger than politics: PM @narendramodi
— PMO India (@PMOIndia) September 6, 2017
GST is ushering in a new culture across the nation: PM @narendramodi
— PMO India (@PMOIndia) September 6, 2017
People of India have the confidence that India can be transformed and we can break free from some of the evils that entered our systems: PM
— PMO India (@PMOIndia) September 6, 2017
India is seen as a thought leader on the global stage: PM @narendramodi
— PMO India (@PMOIndia) September 6, 2017
People to people ties are the strength of India-Myanmar relations: PM @narendramodi
— PMO India (@PMOIndia) September 6, 2017