Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

থাই চৰকাৰে মুকলি কৰা ৰামাকিয়েন মুৰেল অংকিত আইষ্টাম্প সন্দৰ্ভত আলোকপাত প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে থাই চৰকাৰে মুকলি কৰা ৰামাকিয়েন মুৰেল অংকিত আই-ষ্টাম্পৰ বিষয়ে আলোকপাত কৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এক্স হেণ্ডেল পোষ্টত কয়ঃ

“প্ৰধানমন্ত্ৰী@narendramodiৰ ভ্ৰমণৰ সময়ত থাই চৰকাৰে ৰামeকিয়েন মুৰেল চিত্ৰ খোদিত এটা আইষ্টাম্প মুকলি কৰে, যিটো চিত্ৰ ৰজা ৰাম-Iৰ শাসনকালত অংকন কৰা হৈছিল।”

***

MJPS/SR/DB