প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আলোকপাত কৰে যে নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাক পূজা কৰিলে ভক্তৰ জীৱনত কেনেদৰে নতুন শক্তি আৰু সংকল্পৰ সঞ্চাৰ হয়। লগতে শ্ৰীমতী অনুৰাধা পৌদৱালৰ ভজন শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাক পূজা কৰিলে ভক্তৰ জীৱনত কেনেদৰে নতুন শক্তি আৰু সংকল্পৰ সঞ্চাৰ হয়, সেই বিষয়ে আলোকপাত কৰে। লগতে তেখেতে শ্ৰীমতী অনুৰাধা পৌড়ৱালৰ ভজন শ্বেয়াৰ কৰে।
এক্সত এটা পোষ্টত তেখেতে লিখিছে-
“মা দুৰ্গাৰ আশীৰ্বাদে ভক্তৰ জীৱনলৈ নতুন শক্তি আৰু নতুন সংকল্প কঢ়িয়াই আনে।অনুৰাধা পৌড়ৱালজীৰ এই দেৱী ভজনে আপোনাক ভক্তিভাৱেৰে ভৰাই তুলিব।”
मां दुर्गा का आशीर्वाद भक्तों के जीवन में नई ऊर्जा और नया संकल्प लेकर आता है। अनुराधा पौडवाल जी का ये देवी भजन आपको भक्ति भाव से भर देगा। https://t.co/0NsBIBZYzN
— Narendra Modi (@narendramodi) April 3, 2025
***
MJPS/SR/KD