প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহিমামণ্ডিত এছিয়াটিক সিংহৰ বাসভূমি বুলি বিখ্যাত গিৰত ছাফাৰী কৰিলোঁ।
এক্সত এলানি পৃথক পোষ্টত তেওঁ লিখেঃ-
“আজি পুৱা #WorldWildlifeDay ত মই গিৰত ছাফাৰীত উঠিলোঁ, যিটো আমি সকলোৱে জনা মতে, মহিমামণ্ডিত এছিয়াটিক লায়ন্সৰ বাসভূমি। গিৰলৈ আহি গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কাৰ্যকালত কৰা সামূহিক কামৰ বহু স্মৃতিও মনত পৰে। বিগত কেইবাবছৰ ধৰি কৰা সামূহিক প্ৰচেষ্টাই এছিয়াৰ সিংহৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাটো নিশ্চিত কৰিছে। এছিয়াটিক সিংহৰ বাসস্থান সংৰক্ষণৰ ক্ষেত্ৰত জনজাতীয় জনগোষ্ঠী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ নাৰীৰ ভূমিকাও সমানেই প্ৰশংসনীয়।”
“ইয়াত গিৰৰ আৰু কিছু আভাস দিয়া হ’ল। আপোনালোক সকলোকে আগন্তুক সময়ত গিৰ ভ্ৰমণ কৰিবলৈ আহিবলৈ আহ্বান জনাইছো।” “গিৰত সিংহ আৰু সিংহিনী! আজি পুৱা কিছু ফটো তোলাৰ চেষ্টা কৰিলোঁ।”
This morning, on #WorldWildlifeDay, I went on a Safari in Gir, which, as we all know, is home to the majestic Asiatic Lion. Coming to Gir also brings back many memories of the work we collectively did when I was serving as Gujarat CM. In the last many years, collective efforts… pic.twitter.com/S8XMmn2zN7
— Narendra Modi (@narendramodi) March 3, 2025
*********
MJPS/SR/SKS