Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

তেওঁ এক্স-ৰ এটা পোষ্টত লিখিছে:

“ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত বিজ্ঞানৰ প্ৰতি আগ্ৰহী লোকসকলক, বিশেষকৈ আমাৰ যুৱ উদ্ভাৱকসকলক শুভেচ্ছা জনাইছো। আহক বিজ্ঞান আৰু উদ্ভাৱনক জনপ্ৰিয় কৰো আৰু বিজ্ঞানৰ ব্যৱহাৰ কৰি বিকশিত ভাৰত গঢ়ি তোলো ।”

এই মাহৰ #মন কী বাত অনুষ্ঠানত, ‘বিজ্ঞানী হিচাপে এটা দিন “ৰ বিষয়ে আলোচনা কৰা হৈছিল. য’ ত যুৱপ্ৰজন্মই কিবা নহয় কিবা এটা বৈজ্ঞানিক কাৰ্যকলাপত অংশগ্ৰহণ কৰে।

 

****

MJPS/SR/SKS/MK