প্ৰয়াগৰাজত মহাকুম্ভৰ সামৰণি প্ৰসংগত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই যুগান্তৰকাৰী সমাৱেশত আলোকপাত কৰে, যি আমাৰ দেশৰ সাংস্কৃতিক, সামাজিক আৰু আধ্যাত্মিক শক্তিক বিস্ময়কৰভাৱে চিত্ৰিত কৰিছে। তেওঁ লিখা ব্লগটো পঢ়িবলৈ সকলোকে আহ্বান জনাই শ্ৰী মোদীয়ে এক্সত এটা পোষ্টত কয় :
“প্ৰয়াগৰাজৰ মহাকুম্ভ সামৰণি পৰাৰ লগে লগে এই যুগান্তকাৰী সমাৱেশৰ বিষয়ে কিছু মনৰ ভাব লিখিছিলো, যি আমাৰ দেশৰ সাংস্কৃতিক, সামাজিক আৰু আধ্যাত্মিক শক্তিক বিস্ময়কৰভাৱে চিত্ৰিত কৰিছিল। মোৰ ব্লগটো ইংৰাজীত পঢ়ক। “
111111
As the Mahakumbh in Prayagraj concludes, penned few thoughts on this landmark gathering, which wonderfully illustrated the cultural, societal and spiritual strength of our land. Do read my blog in English.https://t.co/vOycQ4urzI
— Narendra Modi (@narendramodi) February 27, 2025
1111111
***
MJPS/SR/KD