Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পৰীক্ষাৰ সময়ত পৰীক্ষা যোদ্ধাৰ অন্যতম ডাঙৰ মিত্ৰ হৈছে ধনাত্মকতাঃ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ বাবে এক গুৰুত্বপূৰ্ণ মিত্ৰ হিচাপে ধনাত্মকতাৰ গুৰুত্বৰ ওপৰত জোৰ দি কাইলৈৰ ‘পৰীক্ষা পে চৰ্চা’ৰ খণ্ডটো চাবলৈ সকলোকে আহ্বান জনাইছে।

মাইগভইণ্ডিয়াই এক্সত দিয়া এটা পোষ্টৰ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়,

“#ExamWarriors ৰ বাবে পৰীক্ষাৰ সময়ত ধনাত্মকতা অন্যতম ডাঙৰ মিত্ৰ। এই বিষয়টো কাইলৈৰ ‘পৰীক্ষা পে চৰ্চা’ৰ খণ্ডত আলোচনা কৰা হ’ব আৰু @VikrantMassey আৰু @bhumipednekar এ তেওঁলোকৰ মতামত আমাৰ সৈতে শ্বেয়াৰ কৰিব।”

***

MJPS/ST/DB