প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘থাইপূসম’ উপলক্ষে আটাইলৈকে শুভেচ্ছা জ্ঞাপন কৰে।
“ভগৱান মুৰুগনৰ দৈৱিক অনুগ্ৰহে আমাক শক্তি, সমৃদ্ধি আৰু জ্ঞানৰ পথ প্ৰদৰ্শন কৰক। এই পৱিত্ৰ উপলক্ষত মই সকলোৰে সুখ, সুস্বাস্থ্য আৰু সফলতাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ”, শ্ৰী মোদীয়ে মন্তব্য কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে;
“‘থাইপূসম’ত সকলোৱেই সুখী আৰু আশীসধন্য হোৱাৰ কামনা কৰিছোঁ!
ভগৱান মুৰুগনৰ দৈৱিক অনুগ্ৰহে আমাক শক্তি, সমৃদ্ধি আৰু জ্ঞানেৰে পথ প্ৰদৰ্শন কৰক। এই পৱিত্ৰ উপলক্ষত মই সকলোৰে সুখ, সুস্বাস্থ্য আৰু সফলতাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।
এই দিনটোৱে আমাৰ জীৱনলৈ শান্তি আৰু ইতিবাচকতা আনক!
‘ৱেট্ৰিভেল মুৰুগানুকু আৰোগাৰা’!”
Wishing everyone a joyous and blessed Thaipoosam!
May the divine grace of Lord Murugan guide us with strength, prosperity and wisdom. On this sacred occasion, I pray for happiness, good health and success for all.
May this day also bring peace and positivity into our lives!…
— Narendra Modi (@narendramodi) February 11, 2025
***
MJPS/VJ/SKS/KB