Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘বসন্ত পঞ্চমী’ আৰু ‘সৰস্বতী পূজা’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰে


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘বসন্ত পঞ্চমী’ আৰু ‘সৰস্বতী পূজা’ উপলক্ষে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰে।

‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:

বসন্ত পঞ্চমী আৰু সৰস্বতী পূজাৰ পৱিত্ৰ অনুষ্ঠান উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ।”

 

 

***

MJPS/SR/KB