Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসত শুভেচ্ছা জনোৱা বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ দিয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসত শুভেচ্ছা জনোৱাৰ বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী পাটংটাৰ্ণ শ্বিনাৱাত্ৰাক ধন্যবাদ জ্ঞাপন কৰে।

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে এক্সত দিয়া এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়:

“প্ৰধানমন্ত্ৰী শ্ৰীমতী পাটংটাৰ্ণ শ্বিনাৱাত্ৰা আপোনাৰ শুভেচ্ছাৰ আন্তৰিক শলাগ লৈছোঁ কিয়নো আমি ভাৰতীয় গণৰাজ্যৰ গৌৰৱময় ৭৫ বছৰৰ উৎসৱ উদযাপন কৰি আছোঁ। থাইলেণ্ডৰ সৈতে আমাৰ অতি গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে। আঞ্চলিক সংযোগ আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত অবিৰত সহযোগিতাৰ বাবে আগ্ৰহী।”

**********

MJPS/SR