প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে বেটি বচাওঁ বেটি পঢ়াওঁ পদক্ষেপে লক্ষ-লক্ষ মহিলাক অনুপ্ৰাণিত কৰিছে আৰু ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকক আগৰণুৱা কৰি তুলিছে। তেখেতে কয় যে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীৰ প্ৰবন্ধটোত ভাৰতৰ কন্যাসকলে কেনেদৰে পৰিৱৰ্তন সাধনকাৰী, উদ্যোগী আৰু নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে, সেয়া উজ্জ্বল হৈ উঠিছে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীৰ এক্সৰ এটা প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
“কেন্দ্ৰীয় মন্ত্ৰী @Annapurna4BJP ডাঙৰীয়াণীয়ে ভাৰতৰ কন্যাসকলে কেনেকৈ পৰিৱৰ্তন সাধনকাৰী, উদ্যোগী আৰু নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে, সেই সন্দৰ্ভত আলোকপাত কৰিছে। #BetiBachaoBetiPadhao পদক্ষেপে লক্ষ-লক্ষ মহিলাক অনুপ্ৰাণিত কৰিছে আৰু ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকক আগৰণুৱা কৰি তুলিছে।”
Union Minister @Annapurna4BJP Ji highlights how India’s daughters are emerging as changemakers, entrepreneurs and leaders. The #BetiBachaoBetiPadhao initiative has inspired millions and positioned women at the forefront of India’s progress. https://t.co/QHU3vYfyaa
— PMO India (@PMOIndia) January 22, 2025
***
MJPS/SR/SB
Union Minister @Annapurna4BJP Ji highlights how India's daughters are emerging as changemakers, entrepreneurs and leaders. The #BetiBachaoBetiPadhao initiative has inspired millions and positioned women at the forefront of India's progress. https://t.co/QHU3vYfyaa
— PMO India (@PMOIndia) January 22, 2025