প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মকৰ সংক্ৰান্তি, উত্তৰায়ণ আৰু মাঘ বিহু উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।
এক্সৰ এলানি পোষ্টত তেওঁ লিখেঃ
‘মকৰ সংক্ৰান্তিৰ উপলক্ষে সমগ্ৰ দেশবাসীক বহুত শুভেচ্ছা জনালোঁ। উত্তৰায়ণ সূৰ্য্যৰ নামত উৎসৰ্গিত এই পৱিত্ৰ উৎসৱে আপোনালোক সকলোৰে জীৱনলৈ নতুন শক্তি আৰু নতুন উদ্যম কঢ়িয়াই আনক।”
“উত্তৰায়ণৰ শুভেচ্ছা জনালোঁ! এই উৎসৱে সকলোৰে জীৱনত সফলতা আৰু সুখ কঢ়িয়াই আনক।”
“মাঘ বিহুৰ শুভেচ্ছা! আমি প্ৰকৃতিৰ প্ৰাচুৰ্য্য, শস্য চপোৱাৰ আনন্দ আৰু ভাতৃত্ববোধৰ মনোভাৱক উদযাপন কৰো। এই উৎসৱে সুখ আৰু ভাতৃত্ববোধৰ মনোভাৱক আগুৱাই লৈ যাওক।”
***
MJPS/SR/DB
सभी देशवासियों को मकर संक्रांति की अनेकानेक शुभकामनाएं। उत्तरायण सूर्य को समर्पित यह पावन उत्सव आप सबके जीवन में नई ऊर्जा और नए उत्साह का संचार करे।
— Narendra Modi (@narendramodi) January 14, 2025
મકરસંક્રાંતિ અને ઉત્તરાયણનો આ પવિત્ર તહેવાર આપ સૌના જીવનમાં નવો ઉત્સાહ, ઉમંગ અને સમૃદ્ધિ લાવે એવી અભ્યર્થના….!!!
— Narendra Modi (@narendramodi) January 14, 2025
Have a wonderful Uttarayan! May this festival bring success and happiness in everyone’s lives.
Best Wishes on Magh Bihu!
— Narendra Modi (@narendramodi) January 14, 2025
We celebrate the abundance of nature, the joy of harvest and the spirit of togetherness.
May this festival further the spirit of happiness and togetherness.
মাঘ বিহুৰ শুভেচ্ছা!
— Narendra Modi (@narendramodi) January 14, 2025
আমি প্ৰকৃতিৰ প্ৰাচুৰ্য্য, শস্য চপোৱাৰ আনন্দ আৰু ভাতৃত্ববোধৰ মনোভাৱক উদযাপন কৰো।
এই উৎসৱে সুখ আৰু ভাতৃত্ববোধৰ মনোভাৱক আগুৱাই লৈ যাওক।