প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট নেপথ্য গায়ক শ্ৰী পি জয়চন্দ্ৰনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে বিভিন্ন ভাষাত তেওঁৰ প্ৰাণৱন্ত উপস্থাপনে অনাগত প্ৰজন্মসমূহৰো হৃদয় স্পৰ্শ কৰি থাকিব।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;
“কিংবদন্তি কণ্ঠস্বৰৰে আশিস ধন্য হোৱা শ্ৰী পি জয়চন্দ্ৰন জীয়ে ভিন্ন সুৰেৰে আৱেগ প্ৰকাশ কৰিছিল। বিভিন্ন ভাষাত তেওঁৰ প্ৰাণৱন্ত উপস্থাপনসমূহে আগন্তুক প্ৰজন্মসমূহৰো হৃদয় স্পৰ্শ কৰি থাকিব। তেওঁৰ মৃত্যুত দুখ পাইছোঁ। এই দুখৰ সময়ত তেওঁৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ।”
Shri P. Jayachandran Ji was blessed with legendary voice that conveyed a wide range of emotions. His soulful renditions across various languages will continue to touch hearts for generations to come. Pained by his passing. My thoughts are with his family and admirers in this hour…
— Narendra Modi (@narendramodi) January 10, 2025
*****
MJPS/ST/KB