প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জৰ্জ কুৰিয়ানৰ বাসগৃহত বৰদিন উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি খ্ৰীষ্টান সম্প্ৰদায়ৰ বিশিষ্ট সদস্যসকলৰ সৈতে মত বিনিময় কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ-
“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জৰ্জ কুৰিয়ান জীৰ বাসগৃহত বৰদিন উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। খ্ৰীষ্টান সম্প্ৰদায়ৰ একাংশ বিশিষ্ট সদস্যৰ সৈতেও মত বিনিময় কৰোঁ।
@GeorgekurianBjp”
***
MJPS/SR/DB
Attended the Christmas celebrations at the residence of Union Minister Shri George Kurian Ji. Also interacted with eminent members of the Christian community.@GeorgekurianBjp pic.twitter.com/VnUcfFdupX
— Narendra Modi (@narendramodi) December 19, 2024