প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুয়েনাৰ ৰাষ্ট্ৰপতি ড° ইৰফান আলীক এক পেড় মা কি নাম পদক্ষেপক সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। কালিৰ মন কী বাত অনুষ্ঠানত শ্ৰী মোদীয়ে গুয়েনাত ভাৰতীয় সম্প্ৰদায়ৰ প্ৰতি তেওঁৰ প্ৰশংসাৰ কথা পুনৰবাৰ উল্লেখ কৰে।
গুয়েনাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলীয়ে ‘এক্স’ত দিয়া এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,
“আপোনালোকৰ সমৰ্থন সদায় সাদৰে মনত ৰাখিম। মোৰ #MannKiBaat অনুষ্ঠানৰ সময়ত এই বিষয়ে কথা পাতিছিলো। লগতে একেটা অনুষ্ঠানতে গুয়েনাত ভাৰতীয় সম্প্ৰদায়ৰ শলাগ লৈছো।
Your support will always be cherished. I talked about it during my #MannKiBaat programme. Also appreciated the Indian community in Guyana in the same episode. @DrMohamedIrfaa1 @presidentaligy https://t.co/1pUrdJVsFl
— Narendra Modi (@narendramodi) November 25, 2024
***
MJPS/SR/KD