প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী গুৰু নানক জয়ন্তী উপলক্ষে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয় যে শ্ৰী গুৰু নানক দেৱ জীৰ শিক্ষণে আমাক সহানুভূতি, দয়া আৰু নম্ৰতাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে।
এক্সৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ
“শ্ৰী গুৰু নানক জয়ন্তীৰ শুভ ক্ষণত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শ্ৰী গুৰু নানক দেৱ জীৰ শিক্ষণে আমাক সহানুভূতি, দয়া আৰু নম্ৰতাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে যেন। এই শিক্ষাই আমাক সমাজ সেৱা কৰিবলৈ আৰু আমাৰ গ্ৰহটোক উন্নত কৰি তুলিবলৈয়ো প্ৰেৰণা যোগাওঁক।”
झारखंड के अपने सभी भाई-बहनों को राज्य के स्थापना दिवस पर अनेकानेक शुभकामनाएं। जनजातीय समाज के संघर्ष और बलिदान से सिंचित इस धरती ने देश को हमेशा गौरवान्वित किया है। मेरी कामना है कि प्राकृतिक संसाधनों से परिपूर्ण यह प्रदेश प्रगति के पथ पर तेज रफ्तार से आगे बढ़े।
— Narendra Modi (@narendramodi) November 15, 2024
***
MJPS/SR/SB
Greetings on the auspicious occasion of Sri Guru Nanak Jayanti. May the teachings of Sri Guru Nanak Dev Ji inspire us to further the spirit of compassion, kindness and humility. May it also motivate us to serve society and make our planet better. pic.twitter.com/gHlfrGBF9a
— Narendra Modi (@narendramodi) November 15, 2024
ਸ੍ਰੀ ਗੁਰੂ ਨਾਨਕ ਦੇਵ ਜੀ ਦੇ ਪ੍ਰਕਾਸ਼ ਪੁਰਬ ਦੀਆਂ ਲੱਖ-ਲੱਖ ਵਧਾਈਆਂ। ਸ੍ਰੀ ਗੁਰੂ ਨਾਨਕ ਦੇਵ ਜੀ ਦੀਆਂ ਸਿੱਖਿਆਵਾਂ ਸਾਨੂੰ ਦਇਆ, ਦਿਆਲਤਾ ਅਤੇ ਨਿਮਰਤਾ ਦੀ ਭਾਵਨਾ ਨੂੰ ਅੱਗੇ ਵਧਾਉਣ ਲਈ ਪ੍ਰੇਰਿਤ ਕਰਨ। ਇਹ ਸਾਨੂੰ ਸਮਾਜ ਦੀ ਸੇਵਾ ਕਰਨ ਅਤੇ ਸਾਡੀ ਧਰਤੀ ਨੂੰ ਬਿਹਤਰ ਬਣਾਉਣ ਲਈ ਵੀ ਪ੍ਰੇਰਿਤ ਕਰਨ। pic.twitter.com/QnFeDXOIPu
— Narendra Modi (@narendramodi) November 15, 2024