আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে মত-বিনিময় কৰি তেওঁৰ উল্লেখনীয় বিজয়ৰ বাবে অভিনন্দন জনায়। শ্ৰী মোদীয়ে কয় যে তেওঁ পুনৰবাৰ একেলগে ঘনিষ্ঠভাৱে কাম কৰি বিভিন্ন খণ্ডত ভাৰত-আমেৰিকাৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে আগ্ৰহী।
এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে-
“মোৰ বন্ধু ৰাষ্ট্ৰপতি @realDonaldTrump ৰ সৈতে তেওঁৰ উল্লেখনীয় জয়ৰ বাবে অভিনন্দন জনাই এক সুন্দৰ মত-বিনিময় কৰিলোঁ। প্ৰযুক্তি, প্ৰতিৰক্ষা, শক্তি, মহাকাশ আৰু আন কেইবাটাও খণ্ডত ভাৰত-আমেৰিকাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে পুনৰ এবাৰ ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী।”
Had a great conversation with my friend, President @realDonaldTrump, congratulating him on his spectacular victory. Looking forward to working closely together once again to further strengthen India-US relations across technology, defence, energy, space and several other sectors.
— Narendra Modi (@narendramodi) November 6, 2024
**************
MJPS/SR