প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাষা গৌৰৱ সপ্তাহ উপলক্ষে অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰে আৰু #ভাষা গৌৰৱ সপ্তাহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্টত, তেওঁ অলপতে অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ বাবে আনন্দ প্ৰকাশ কৰে, যি এই ক্ষেত্ৰখনত সমৃদ্ধ ভাষিক আৰু সাংস্কৃতিক ঐতিহ্যক এক মহত্বপূৰ্ণ মান্যতা প্ৰদান কৰিছে।
প্ৰধানমন্ত্ৰীয়ে আজি অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা অসমৰ চহকী ভাষিক ঐতিহ্যৰ এসপ্তাহ ধৰি চলিবলগীয়া উৎসৱ– ভাষা গৌৰৱ সপ্তাহ-ৰ আৰম্ভণিৰ কথা ঘোষণা কৰা এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই, টুইট কৰে:
“#ভাষাগৌৰৱসপ্তাহ হৈছে এক উল্লেখযোগ্য প্ৰচেষ্টা, যিয়ে অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াক লৈ জনসাধাৰণৰ উৎসাহক প্ৰতিফলিত কৰে। মোৰ শুভেচ্ছা। গোটেই সপ্তাহ ধৰি আয়োজন কৰা কাৰ্যসূচীয়ে জনসাধাৰণ আৰু অসমীয়া সংস্কৃতিৰ মাজৰ সংযোগ আৰু অধিক শক্তিশালী কৰিব। মই অসমৰ বাহিৰত বাস কৰা অসমীয়া ৰাইজকো ইয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ।”
#BhashaGauravSaptah is a noteworthy effort, highlighting people’s enthusiasm on Assamese being conferred Classical Language status. My best wishes. May the programmes planned over the week deepen the connect between people and Assamese culture. I also urge Assamese people outside… https://t.co/94Ba6UlMor
— Narendra Modi (@narendramodi) November 3, 2024
**********
MJPS/SS