Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

১৬সংখ্যক ব্ৰিকছ সন্মিলনৰ মাজতে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ

১৬সংখ্যক ব্ৰিকছ সন্মিলনৰ মাজতে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ


মহামহিম,

আপোনাক লগ পাই মই আনন্দিত হৈছো। আৰু আপুনি কোৱাৰ দৰে আমি ৫ বছৰৰ পিছত আনুষ্ঠানিকভাৱে বৈঠকত মিলিত হৈছো। আমি বিশ্বাস কৰোঁ যে ভাৰত-চীন সম্পৰ্কৰ গুৰুত্ব কেৱল আমাৰ জনসাধাৰণৰ বাবেই নহয়, বিশ্ব শান্তি, সুস্থিৰতা আৰু প্ৰগতিৰ বাবেও ই অত্যন্ত গুৰুত্বপূৰ্ণ।

মহামহিম,

পাৰস্পৰিক বিশ্বাস, পাৰস্পৰিক সন্মান, আৰু পাৰস্পৰিক সংবেদনশীলতা আমাৰ সম্পৰ্কৰ ভিত্তি হৈ থাকিব লাগে।আজি আমি এই সকলোবোৰ বিষয় আলোচনা কৰাৰ সুযোগ পাইছো। মোৰ বিশ্বাস যে আমি মুকলি মনেৰে কথা পাতিম, আৰু আমাৰ আলোচনা গঠনমূলক হ’ব।

ধন্যবাদ।

***

MJPS/SR/MS