প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিপ্ৰাক্তন সাংসদ সীতাৰাম য়েচুৰীৰ দেহাৱসানত শোক প্ৰকাশ কৰে।
এক্সত এক শোক বাৰ্তাত শ্ৰী মোদীয়ে কয়ঃ
“সীতাৰাম য়েচুৰী ডাঙৰীয়াৰ বিয়োগত শোকাহত হৈছোঁ। তেওঁ বাওঁপন্থী চিন্তা-ধাৰাৰ এগৰাকী অগ্ৰদূত আছিল আৰু ভিন্ন ৰাজনৈতিক মতাদৰ্শৰ মাজত সংযোগ স্থাপনৰ দক্ষতাৰ বাবে তেওঁ পৰিচিত আছিল। এগৰাকীসুদক্ষ সাংসদ হিচাপেও তেওঁ সৰ্বজনবিদিত। এই শোকৰ মুহূৰ্তত মই তেওঁৰ পৰিয়ালবৰ্গ আৰু অনুগামীসকললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ঔম শান্তি।”
Saddened by the passing away of Shri Sitaram Yechury Ji. He was a leading light of the Left and was known for his ability to connect across the political spectrum. He also made a mark as an effective Parliamentarian. My thoughts are with his family and admirers in this sad hour.… pic.twitter.com/Cp8NYNlwSB
— Narendra Modi (@narendramodi) September 12, 2024
*****
MJPS/SR/SB