প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত মহিলা বেডমিণ্টন এছইউ৫ ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে থুলাচিমাথি মুৰুগেছনক অভিনন্দন জনায়।
এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
#Paralympics2024ত মহিলা বেডমিণ্টন এছইউ৫ ইভেণ্টত থুলাচিমাথিয়ে ৰূপৰ পদক অৰ্জন কৰাটো অতি গৌৰৱৰ মুহূৰ্ত! তেওঁৰ সফলতাই বহু যুৱক-যুৱতীক প্ৰেৰণা যোগাব। ক্ৰীড়াৰ প্ৰতি তেওঁৰ সমৰ্পণ প্ৰশংসনীয়। তেওঁক অভিনন্দন জনালোঁ।“
@Thulasimathi11
#Cheer4Bharat”
***
MJPS/RT/DB
A moment of immense pride as Thulasimathi wins a Silver Medal in the Women's Badminton SU5 event at the #Paralympics2024! Her success will motivate many youngsters. Her dedication to sports is commendable. Congratulations to her. @Thulasimathi11 #Cheer4Bharat pic.twitter.com/Lx2EFuHpRg
— Narendra Modi (@narendramodi) September 2, 2024