Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কেৰালাৰ মুখ্যমন্ত্ৰীৰ


কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰায়ি বিজয়নে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

“কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী @pinarayivijayan প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে।”

 

***

MJPS/RT/HS/AT